Website Design: dastechnologies.in
চানমাৰিৰ সৰবৰহী মহিলা তথা বিশিষ্ট সমাজকৰ্মী দেৱীপ্ৰভা ভট্টাচাৰ্যৰ ৮৮ বছৰ বয়সত মৃত্যু
একেৰাহে নৱগিৰি মহিলা সমিতিৰ সভানেত্ৰী আৰু নৱগিৰি শিৱ মন্দিৰৰ সৈতে জড়িত আছিল দেৱীপ্ৰভা ভট্টাচাৰ্য
গুৱাহাটী আলোচনা চক্ৰৰ কাৰ্যনিৰ্বাহক সদস্যৰ উপৰিও বহুতো স্থানীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল

বুধবাৰে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে
সাহিত্যাচাৰ্য ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ সহধৰ্মিনী আছিল দেৱীপ্ৰভা ভট্টাচাৰ্য
মৃত্যুৰ সময়ত ৪গৰাকী পুত্ৰ-বোৱাৰী, নাতি-নাতিনীসহ বহুতো আত্মীয়-স্বজন এৰি যায়
বিশিষ্ট সমাজকৰ্মীগৰাকীৰ দেহাৱসানত শোকৰ ছাঁ পৰিছে চানমাৰিৰ নৱগিৰি অঞ্চলত