বিমানেৰে অসমত প্ৰৱেশ কৰা যাত্ৰীৰ কোৱাৰাইণ্টাইন সন্দৰ্ভত নতুন নির্দেশনা

বিমানেৰে অসমত প্ৰৱেশ কৰা যাত্ৰীৰ কোৱাৰাইণ্টাইন সন্দৰ্ভত নতুন নির্দেশনা
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে জাৰি কৰিছে এই নির্দেশনা
- স্বামী-স্ত্ৰী একেলগে যাত্ৰা কৰি অসমলৈ আহিলে কৰিব নালাগে ইনষ্ট্ৰিটিউচনেল কোৱাৰাইণ্টাইন
- পিতৃ-মাতৃৰ লগত সন্তানে একেলগে বিমান যাত্ৰা কৰিলেও কৰিব নালাগে ইনষ্ট্ৰিটিউচনেল কোৱাৰাইণ্টাইন
- যদি বিমানখনৰ কোনো যাত্ৰী কভিড পজিটিভ তেন্তে এই নিয়ম প্ৰযোজ্য নহয়
- ইনষ্ট্ৰিটিউচনেল কোৱাৰাইণ্টাইনৰ সলনি আটাইকেইজন যাত্ৰীয়ে নিজাববীয়াকৈ থাকিব লাগিব ১৪ দিনৰ হোম কোৱাৰাইণ্টাইনত