Local, Vocal, Global

পুনৰ ৰাজ্যত ৮২জন লোকৰ দেহত ক’ভিড পজিটিভ

নতুনকৈ আক্ৰান্তসকলৰ ২২গৰাকী বাক্সাৰ, ১৪গৰাকী কাৰ্বি আংলঙৰ, ১১গৰাকী চিৰাঙৰ, ৯গৰাকী ডিব্ৰুগড়ৰ, ৭গৰাকী ধুবুৰীৰ, ৫গৰাকী গোলাঘাটৰ, দুগৰাকী বৰপেটাৰ, দুগৰাকী কামৰূপ (ম)ৰ, নলবাৰী, তিনিচুকীয়া, কোকৰাঝাৰ, বিশ্বনাথ, চৰাইদেউ আৰু ধেমাজিত এগৰাকীকৈ লোকৰ দেহত ধৰা পৰিছে কভিড পজিটিভ৷ ৰাজ্যত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ৪,৭৭৭গৰাকী৷ আৰোগ্য হৈছে ২,৬৫৪গৰাকী৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ২,১১১গৰাকী৷ বৰ্তমানলৈকে মৃত্যু হৈছে ৯গৰাকীৰ৷