ছেবাই ঘোষণা কৰিলে HSLC পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন
- HSLC পৰীক্ষাৰ্থীৰ বাবে ছেবাৰ বিশেষ জাননী
- ঘোষণা কৰা হ’ল ২০২০-২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন
- প্ৰ-পত্ৰ দাখিলৰ তাৰিখ ২ নৱেম্বৰ পৰা ২৩ নৱেম্বৰলৈ
- বেংকত চালানৰ ধন জমা দিয়াৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ
- www.sebaonline.org ত গৈ কৰিব লাগিব ফৰ্ম ফিল আপ
- পৰীক্ষাৰ্থীসকলে ভৰিব লাগিব পূৰ্বৰ দৰে ৬৫০ টকাৰ মাচুল
- পৰিয়ালৰ উপাৰ্জন ২লাখ টকাৰ কম হ’লে কিছু ৰেহাই