Local, Vocal, Global

শ্ৰীনগৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰথমবাৰলৈ CRPFৰ নেতৃত্বত এগৰাকী মহিলা বিষয়া

সন্ত্ৰাসবাদীৰ ঘাটি শ্ৰীনগৰত প্ৰথমবাৰলৈ CRPFৰ নেতৃত্বত এগৰাকী মহিলা বিষয়া। জম্মূ-কাশ্মীৰৰ শ্ৰীনগৰ চেক্টৰৰ চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চৰ মহা পৰিদৰ্শক পদত চাৰু সিনহা। ১৯৯৬ চনৰ তেলেংগানা কেডাৰৰ আই পি এছ চাৰু সিনহা। পুৰ্বেও বিহাৰ চেক্টৰত চি আৰ পি এফৰ আই জি ৰূপে একাধিক নক্সাল বিৰোধী অভিযানৰ নেতৃত্ব দি দক্ষতাৰ পৰিচয় দিছিল জ্যেষ্ঠ মহিলা আৰক্ষী বিষয়া গৰাকীয়ে।