Local, Vocal, Global

কাৰাৰুদ্ধ অখিলৰ কাষত জুবিন

কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ আইনী যুঁজলৈ শিল্পী জুবিন গাৰ্গৰ আইনী সাহায্য প্ৰদান। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিনম্ৰ আহ্বান মৰ্মে শিল্পী জুবিন গাৰ্গে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ হৈ জুবিন গাৰ্গে এই ধনৰাশি প্ৰদান কৰে।