আজি ৰাষ্ট্ৰীয় একতা দিৱস
আজি ৰাষ্ট্ৰীয় একতা দিৱস। ৰাষ্ট্ৰীয় একতা দিৱসত দেশবাসীয়ে সুঁৱৰিছে চৰ্দাৰ বল্লভ ভাই পেটেলক। লৌহ মানৱগৰাকীৰ আজি ১৪৫ সংখ্যক জন্মদিন। সেয়ে দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি। অখণ্ডতাৰ প্ৰতীক চৰ্দাৰ বল্লভ ভাই পেটেলক সমগ্ৰ ভাৰতবাসীয়ে স্মৰণ কৰাৰ লগতে তেখেতৰ কৰ্মৰাজিৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’বৰ বাবে আজিৰ দিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়।