Local, Vocal, Global

আমগুৰিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ

  • আমগুৰিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনৱ প্ৰতিবাদ
  • আমগুৰিৰ কুখ্যাত চিকিৎসক হেমেন গগৈৰ বিৰুদ্ধে বৰ্তমানেও সৰব মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী
  • ১৩ বছৰীয়া নাবালিকা কিশোৰীৰ গৰ্ভপাত কাণ্ডৰ ন্যায়ৰ বাবে চাইকেল চলাই প্ৰতিবাদ
  • শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে
  • দল-সংগঠনৰ চাৰিখনকৈ এজাহাৰ পিছত শিৱসাগৰৰ আৰক্ষী ভুমিকাকলৈ ক্ষুব্ধ বিধায়কজন
  • সংবাদ মাধ্যম তথা বিভিন্ন মহলত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতো কিয় এনে কু-কীৰ্তি কৰা চিকিৎসালয় তথা চিকিৎসকজনৰ ওপৰত স্বাস্থ্য বিভাগ আৰু শিৱসাগৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰতিবাদ জনাই বিধায়কজনে