Local, Vocal, Global

ৰৌতা আৰক্ষীৰ অভিযানত বৃহৎ সফলতা

  • ৰৌতা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
  •  বুজন পৰিমাণৰ গাঞ্জাসহ ৬জন সৰবৰাহকাৰীক আটক ৰৌতা আৰক্ষীৰ
  •  অভিযান কালত আৰক্ষীয়ে ১১০ কেজি গাঞ্জা,দুখন চাইকেলসহ ৬জন সৰবৰাহকাৰীক আটক কৰে
  • শনিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত চলা অভিযানত ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁৱৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ গাঞ্জা
  • আটকাধীন গাঞ্জা সৰহৰাহকাৰীকেইজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও অব্যাহত আছে আৰক্ষীৰ তদন্ত