APCCৰ পৰা পদত্যাগ কৰিলে ৰকিবুল হুচেইনে
নিউজ ডেস্ক, ২৬ মে’- কংগ্ৰেছৰ গৃহ কন্দলে সম্প্ৰতি ভয়ানক ৰূপ লৈছে। APCCৰ পৰা পদত্যাগ কৰিলে ৰকিবুল হুচেইনে।
APCCৰ কাৰ্যনিৰ্বাহকৰ পদৰ পৰা পদত্যাগ কৰিলে ৰকিবুল হুচেইনে। AICC লৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৰকিবুল হুচেইনৰ।
APCCৰ সভাপতি ভূপেন বৰাৰে সংঘাতৰ বাবেই পদত্যাগ ৰকিবুলৰ। ভূপেন বৰাই ৰকিবুল হুচেইনক APCCৰ সদস্য হিচাপে মনোনীত কৰিছিল