পেলনীয়া সামগ্ৰীত উদ্ধাৰ শিক্ষা বিভাগৰ পাঠ্যপুথিৰ
নিউজ ডেস্ক, ২৬ মে’- পেলনীয়া সামগ্ৰীত পৰিণত শিক্ষা বিভাগৰ পাঠ্যপুথি।
বহিঃৰাজ্যলৈ সৰবৰাহ কৰোতে জব্দ হ’ল পাঠ্যপুথি।
জব্দ ২ ট্ৰাকৰ পৰা ৫০০ টা বাণ্ডিল জব্দ ।
পাঠ্যপুথি সমূহ ২০২১ বৰ্ষত ছপা কৰা।
বাণ্ডিলত অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথি আছে।
বকোৰ কালাতলিৰ এটা ডেম্প’ৰ পৰা প্ৰেৰণ কৰিছিল কিতাপ খিনি।