Local, Vocal, Global

Road Accident in Lumding : লামডিংত ভয়ংকৰ পথ দুৰ্ঘটনা

লামডিঙ,১৯জানুৱাৰী : লামডিংত ভয়ংকৰ পথ দুৰ্ঘটনা।

27 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত এখন বাইক।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS -31F-4730(Road Accident in Lumding)।

দুৰ্ঘটনাত আহত দুজনকৈ লোকে ।

আহত লোক দুজন হোজাইৰ কৈলাশ গৌৰ আৰু মাহিৰ শৰ্মা বুলি চিনাক্ত।

গুৰুতৰ বাবে আহত হৈছে মাহিৰ শৰ্মা।

উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ শৰ্মাক।

লগতে পঢ়ক :Elephant News : অসম, অৰুণাচল প্ৰদেশৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ হাতী সৰবৰাহ