Assam Govt. Job Recruitment: ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ
নিউজ ডেস্ক,১৯জানুৱাৰী : ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ
দশম শ্রেণী উত্তীর্ণ হৈয়েই লাভ কৰক চৰকাৰী চাকৰি
হাজাৰ হাজাৰ খালী পদৰ বাবে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৱেদন(Assam Govt. Job Recruitment)
ৰে’লৱে বিভাগৰ ভিন্ন পদৰ বাবে প্রকাশ চাকৰিৰ বিজ্ঞাপন
RRB গ্রুপ Dত ৩২ হাজাৰোধিক খালী পদ
ৰে’ল যাত্রা সেৱা
Apprenticesৰ বাবে ৪,২৩২টা খালী পদ
ৰে’লৱে শিক্ষকৰ বাবেও ৭৩৬টা পদৰ বিজ্ঞাপন প্রকাশ
অন্যান্য বহু খালী পদৰ বাবে ৰে’লৱেত এতিয়াই কৰক আৱেদন
অন্যান্য বহু খালী পদৰ বাবে ৰে’লৱেত এতিয়াই কৰক আৱেদন
আৱেদনৰ অন্তিম দিন ফেব্ৰুৱাৰীৰ ১২ তাৰিখ
মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতক ডিগ্রীধাৰী সকলো লোকে কৰিব পাৰিব আৱেদন
লগতে পঢ়ক :Road Accident in Lumding : লামডিংত ভয়ংকৰ পথ দুৰ্ঘটনা