Local, Vocal, Global

Elephant News : অসম, অৰুণাচল প্ৰদেশৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ হাতী সৰবৰাহ

সোণাপুৰ,১৯জানুৱাৰী : অসম, অৰুণাচল প্ৰদেশৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ বন্যপ্ৰাণী সৰবৰাহ!

১৫ খন বাহনেৰে ২৮ টা হাতীলৈ ৰাওনা হৈছে ৰিলায়েন্সৰ দলৰ ।

কোনো বাধা নোহোৱাকৈ তীব্ৰ বেগেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে ৰাওনা হৈছে বাহন কেইখন(Elephant News) ।

অসমৰ হাতী নিয়াত ৰিলায়েন্সৰ দলক খানাপাৰা পাৰ কৰি দিলে অসম আৰক্ষীয়ে।

আগে পিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

লগতে পঢ়ক :Bihar Tragedy: গংগাত ভয়ংকৰ নাওঁ দুৰ্ঘটনা;নিহত ৩জন,নিৰুদ্দেশ ১৭গৰাকী