Local, Vocal, Global

জাগীৰোডত পথ দুৰ্ঘটনা !থিতাতে নিহত এজন

ডিজিটেল ডেস্ক:-জাগীৰোডত পথ দুৰ্ঘটনা।সোমবাৰে নিশা জাগীৰোড-মৰিগাঁও পথৰ পালিগুৰিত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো।তীব্ৰবেগী ট্ৰাক আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হয়।সংঘৰ্ষত ফলত থিতাতে নিহত হয় এজন। নিহত লোকজন জাগীৰোডৰ নৱহটীয়াৰ প্ৰাঞ্জল বৰা বুলি জানিব পৰা গৈছে।ঘৰ অভিমুখে যোৱাৰ সময়তে মহতিয়াই নিয়ে লোকজনক।দুৰ্ঘটনাগ্ৰস্ত AS-21L-6011 নম্বৰৰ স্কুটিখনক প্ৰচণ্ড খুন্দা AS-21C-7307 নম্বৰৰ বাহনৰ।