Local, Vocal, Global

৫০ উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হ’ল ৪ বছৰীয়া শিশু

নাজিৰাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। নাজিৰা ন মাটি ঘৰফলীয়া গাঁৱত এজনী 4 বছৰীয়া শিশু সমীপৰে 50 বছৰীয়া এজন প্ৰৌৰৰ কামনাৰ বলি হয়।

 

সমীপৰে 50 বছৰীয়া কমল গগৈ নামৰ এজন ব্যক্তিয়ে শিশুটিৰ গৃহত আহি অসৎ চৰিতাৰ্থ পূৰণৰ প্ৰচেষ্টা চলায়।

 

ক্ৰমান্বয়ে  শিশুটি অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে সমগ্ৰ ঘটনা জানিব পাৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে কমল গগৈক আটক কৰিছে।