Local, Vocal, Global

৭০ ঊৰ্ধৰ নামঘৰীয়াই বলাৎকাৰ কৰিলে ১১ বছৰীয়া কনমানিক

লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত জঘন্য ঘটনা।

৭০ ঊৰ্ধৰ নামঘৰীয়াই বলাৎকাৰ কৰিলে ১১ বছৰীয়া কনমানিক।

নামঘৰৰ কাষত এৰাল দিয়া ছাগলী আনিবলৈ গৈছিল কনমানি জনী।

সন্ধিয়া নামঘৰৰ মণিকূটলৈ ফুচুলাই নি বলপূৰ্বক বলাৎকাৰ নামঘৰীয়াৰ।

স্থানীয় লোকে অসংযত অৱস্থাত মনিকূটৰ ভিতৰত হাতে-লোটে ধৰে দুয়োকে।

যোৱা ১৪ জুলাইতেই সংঘটিত হয় এই ঘৃণনীয় ঘটনা।

একাংশ লোকে নামঘৰত সভা পাতি ঘটনাটো মীমাংসৰো চেষ্টা চলায়।

অৱশেষত মাতৃৰ এজাহাৰৰ ভিত্তিত লম্পট নামঘৰীয়া কোষেশ্বৰ দত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ।

ইয়াৰ পূৰ্বেও কেবাবাৰো নামঘৰীয়াই কনমানি জনীক ফুচুলাই ভয়-ভাবুকিৰে বলাৎকাৰ কৰাৰ অভিযোগ।