Local, Vocal, Global

ৰঙিয়াত কৰ’নাত আক্ৰান্ত আৰক্ষী-স্বাস্থ্যকৰ্মী

  • ৰঙিয়া আৰক্ষী থানাৰ দুগৰাকী লোক আক্ৰান্ত কৰ’নাত
  •  SI শ্যামলজ্যোতি শইকীয়া , কনিষ্টবল নাৰায়ণ দাস ক’ভিড-১৯ পজিটিভ
  • দুয়োজনৰে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই
  •  ২৪ জুনত  থানাখনৰ ১১গৰাকী আৰক্ষীৰ SWAB সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে
  • ৰঙিয়াৰ স্বস্তি হাস্পতালৰ এগৰাকী নাৰ্ছৰ দেহতো ক’ভিড-১৯  ভাইৰাছ
  •  ২৯ জুনত ৰঙিয়াৰ ব্যৱসায়ী ৰাম অৱতাৰ আগৰৱালাও হৈছিল পজিটিভ
  • উক্ত ব্যৱসায়ীগৰাকী দুদিন ধৰি ভৰ্তি হৈ আছিল স্বস্তি হাস্পতালত
  • ব্যৱসায়ীগৰাকীৰ পৰাই নাৰ্ছগৰাকীৰ সংক্ৰমণ হোৱা বুলি সন্দেহ স্বাস্থ্য বিভাগৰ
  • তিনিওজনকে মিৰ্জা পতঞ্জলি যোগপীঠৰ  ক’ভিড হাস্পতালত ভৰ্তি