Local, Vocal, Global

দেশৰ নতুন নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ

  • দেশৰ নতুন নিৰ্বাচন আয়ুক্ত ৰূপে দায়িত্ব গ্ৰহণ ৰাজীৱ কুমাৰৰ
  • অশোক লাভাছাৰ স্থানত স্থলাভিষিক্ত প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰ
  • ১৯৮৪ বৰ্ষৰ ঝাৰখণ্ড কেডাৰৰ আই এ এছ বিষয়া ৰাজীৱ কুমাৰ
  • ২১ আগষ্টত অশোক লাভাছাৰ পদত্যাগৰ পাছতে ৰাজীৱ কুমাৰক দেশৰ নিৰ্বাচন আয়ুক্ত ৰূপে নিযুক্তি দিছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে
  • এছিয়ান ডেভেলপমেন্ট বেংকৰ ভাইচ প্ৰেচিডেণ্ট ৰূপে আজি দায়িত্ব গ্ৰহণ কৰিছে পূৰ্বৰ নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই