Local, Vocal, Global

কে কে, মোহন পজিটিভ…

কৰ’নাত আক্ৰান্ত ৰাজ্যৰ ইজনৰ পিছত সিজনকৈ সাংস্কৃতিক কৰ্মী। কৰ’নাৰ ভয়ত ৰীল লাইফত স্বাৱ টেষ্ট নকৰা কে কে ছাৰ ৰিয়েল লাইফত আক্ৰান্ত হ’ল কৰ’নাত। বেহাৰবাৰী আউটপোষ্ট’ শীৰ্ষক জনপ্ৰিয় ধাৰাবাহিকখনৰ কে কে ছাৰ খ্যাত সিদ্ধাৰ্থ শৰ্মা আক্ৰান্ত কৰ’নাত।

সিদ্ধাৰ্থ শৰ্মাৰ লগতে কৰ’নাত আক্ৰান্ত জনপ্ৰিয় ধাৰাবাহিকখনৰ মোহন খ্যাত দ্বাীপজ্যোতি কেওঁট। স্বাৱ টেষ্টৰ অন্তত তেওঁলোকৰ দেহত কভিড পজিটিভ পোৱা যায়। তেওঁলোকৰ লগতে আক্ৰান্ত হৈছে ধাৰাবাহিকখনৰ পৰিচালক মনোজ শইকীয়াসহ আন ৯ জনকৈ কলা-কুশলী আক্ৰান্ত কৰ’নাত।