Local, Vocal, Global

২০২০ বৰ্ষত গৌতম আদানিৰ সম্পত্তি ৫০ শতাংশলৈ বৃদ্ধি, ৰাহুল গান্ধীৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ

 

বিশ্বৰ ধনী মাণুহৰ শীৰ্ষ তালিকাত থকা জোফ বেজোচ আৰু ইলোন মাস্কক চেৰ পেলাই স্থান দখল কৰিলে ভাৰতৰ উদ্যোগপতি গৌতম আদানিয়ে। চলিত বৰ্ষত গৌতম আদানিৰ সম্পত্তি $ 50 BILLION লৈ বৃদ্ধি পালে। এই সন্দৰ্ভত গহুল গান্ধীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কলে যে-যিটো সময়ত আপুনি জীয়াই থাকিবলৈ সংঘৰ্ষ কৰি আছে, তেতিয়া আদানিয়ে ১২ লাখ কৌটি টকা উপাৰ্জনেৰে নিজৰ সম্পত্তি ৫০ শতাংশলৈ বৃদ্ধি কৰিলে, কিদৰে সম্ভৱ জনাবনে বাৰু ?