পুনৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি , চিন্তাত সাধাৰণ জনতা

নিউজ ডেস্ক, ২৯ এপ্ৰিল:- মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক দিনক দিনে বাঢ়ি অহা মূল্যবৃদ্ধিয়ে সাধৰণ লোকৰ জনজীৱনত যথেষ্ট খিনি ব্যাঘাত ঘটিছে ।
পুনৰ বৃদ্ধি পালে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্য মূল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাইজক আকৌ এবাৰ ৰাইজক মাধমাৰ সোধালে মূল্যবৃদ্ধিয়ে ।
বৃদ্ধি পাইছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ অন্যতম মিঠাতেলৰ মূল্য, বাদ পৰা নাই বিস্কুটো ১০ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি পালে খোৱাতেলৰ মূল্য ।
এতিয়া প্ৰতিপেকেট বিস্কুটৰ মূল্য বৃদ্ধি পালে ৫ ৰ পৰা ১০ টকা পৰ্যন্ত আনকি প্ৰতিটো ব্ৰেণ্ডৰ মিঠাতেলৰ দাম বৃদ্ধিয়ে এতিয়া চিন্তিত কৰি তুলিছে সাধাৰণ জনতাক ।
লগতে বৃদ্ধি পালে ৫ ৰ পৰা ১০ টকা পৰ্যন্ত প্ৰতিপেকেট বিস্কুটৰ দাম এতিয়া প্ৰতিপেকেট ১০ টকীয়া কেকৰ দাম বৃদ্ধি পালে ৫ টকালৈ ।
উল্লেখ্য যে,বাদ নপৰিল বিকাজী ভূজীয়াৰ পেকেটো, প্ৰতি পেকেট বিকাজী ভূজিয়াত দাম হল’গৈ ৫ টকা ছাৰ্ফৰ প্ৰতি পেকেটত ৫ টকাকৈ বৃদ্ধি ।