Local, Vocal, Global

বৈধ নেকি গৰ্ভপাত? কি কি নিয়ম মানি চলাতো জৰুৰী, জানক সবিশেষ

নৈতিক ভাবে গৰ্ভপাত কিমান দূৰ সন্মত, তাকে লৈ তৰ্ক কেতিয়াও শেষ নহয়, কোনোৱে ইয়াক ব্যক্তিস্বাধীনতাৰ অধিকাৰৰ মৰ্যদা দিয়ে, আনহাতে একাংশৰ মতে, বিষয়টি অনৈতিক কাৰ্যকলাপৰ সৈতে সম্পৰ্কীত। কিন্তু ভাৰত চৰকাৰৰ এই বিষয়ত কিছু বক্তব্য আৰু আইন আছে যি প্ৰসূতিৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দেশত প্ৰয়োগ কৰা হৈছে। এই সন্দৰ্ভত বিশদভাবে জনাইছে উচ্চতম ন্যায়ালয়ৰ আইনজীৱি প্ৰাচী মিশ্ৰই।