Local, Vocal, Global

হিমন্ত বিশ্ব শৰ্মাই হ’ব নতুন মুখ্যমন্ত্ৰী ! আনুষ্ঠানিক ঘোষণাহে বাকী

জালুকবাৰীৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মাই হ’ব নতুন মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ নাম এই পৰ্যন্ত বিজেপি দলে ৰাজহুৱা কৰা নাই যদিও দলীয় সূত্ৰৰ মতে মুখ্যমন্ত্ৰীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নাম চুড়ান্ত কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই। কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী ।