Local, Vocal, Global

দিল্লী: ৮৬০ কোটি টকাৰ হিৰইনৰ লগত আফগানি পতি-পত্নী আটক

দিল্লী: ৮৬০ কোটি টকাৰ হিৰইনৰ লগত আফগানি পতি-পত্নী আটক
দিল্লী পুলিচ হিৰইনৰ মূল ঘটিলৈ জাল পেলাইছিল আৰু তাৰপিছত সফলতা দিল্লী পুলিচৰ । প্ৰায় ১২৫ কিলো হিৰইনৰ লগত আফগানিস্তানী নাগৰিকক গ্ৰেফটাৰ কৰিবলৈ সক্ষম হয় ।গ্ৰেফটাৰ হোৱা আৰোপী দুজন পতি-পত্নী । পাঞ্জাবত এই ঘাটিৰ এজেঞ্চী আছে বুলি জানিব দিয়ে ।