Local, Vocal, Global

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে cpmৰ প্ৰতীকী দাবী দিৱস

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে cpmৰ প্ৰতীকী দাবী দিৱস

ৰাজ্যজুৰি পালন কৰা হয় এই দাবী দিৱস

নগাঁৱতো CPMৰ সমৰ্থকসকলে পালন কৰে প্ৰতিবাদী কাৰ্যসূচী

সামাজিক দূৰত্ব বজাই ৰাখি দলটোৱে পালন কৰে এই কাৰ্যসূচী

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী cpmৰ