প্ৰথমবাৰৰ বাবে একেটা পৰিয়ালৰ ৪গৰাকী ক’ভিড-১৯ত আক্ৰান্ত

- গুৱাহাটীত একেটা পৰিয়ালৰে ৪গৰাকীৰ দেহত কৰ’না ভাইৰাছ
- ধীৰেণপাৰাৰ ইটাভাটাৰ এটা পৰিয়ালৰ ৪গৰাকী লোক কৰ’না আক্ৰান্ত
- পৰিয়ালটো ধীৰেণপাৰাৰ কে বি ৰোডৰ বাসিন্দা
- আক্ৰান্ত লোকসকল আবুবক্কৰ ছিদ্দিক, ছিমি বেগম, আহ্বানী বেগম, মামণি বেগম
- আক্ৰান্তসকলক ইতিমধ্যে GMCHত চিকিৎসাধীন কৰা হৈছে