Local, Vocal, Global

দ্ৰুতগতিত বৃদ্ধি পাইছে লুইতৰ জলপৃষ্ঠ

  • দ্ৰুতগতিত বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
  • গুৱাহাটীত ৪৯ মিটাৰৰ সীমা পাৰ কৰিছে জলপৃষ্ঠই
  • নিশালৈ জলপৃষ্ঠই বিপদসীমা ৪৯.৫৮মিঃ অতিক্ৰম কৰাৰ আশংকা
  • দেওবাৰৰ পৰা লুইতত নিষিদ্ধ জাহাজৰ চলাচল
  • SDRF-NDRF বাহিনীক সষ্টম কৰি ৰাখিছে প্ৰশাসনে
  • বাঢ়নি পানীত বুৰ গৈছে মাছখোৱাৰ লাচিতঘাটৰ বহু এলেকা
  • ডিব্ৰুগড়তো বিপদসীমা অতিক্ৰম লুইতৰ জলপৃষ্ঠৰ