WATCH | panchayat election : পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিজেপি-অগপৰ নেতা-কৰ্মী
নিউজ ডেস্ক,২১এপ্ৰিল : পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিজেপি-অগপৰ নেতা-কৰ্মী।
চাবুৱাৰ দিনজানত নিশা নির্বাচনী সভাত উত্তপ্ত পৰিস্থিতি(panchayat election)।
ৰাইজৰ ৰোষত পৰিল শাসকীয় দলৰ নেতা-কর্মী।
বছৰ বছৰ ধৰি পথ, দলঙৰ দুৰৱস্থাক লৈ ক্ষোভৰ সন্মুখীন।
কেৱল মাত্র ভোটৰ স্বাৰ্থতহে দেখা দিয়ে নেতা-কর্মীয়ে।
ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সময় নাই শাসকীয় নেতা-কর্মীৰ।
নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ খেদা খালে বিজেপি-অগপৰ নেতা-কর্মীয়ে।
নির্বাচনী সভা উত্তপ্ত কৰি তুলিলে সাধাৰণ ৰাইজে।
বছৰ বছৰ ধৰি পথ, দলঙৰ দুৰৱস্থাক লৈ ক্ষোভৰ সন্মুখীন।
খামটি গোৱালি গাঁও পঞ্চায়তত কোনো উন্নয়ন নোহোৱাৰ অভিযোগ।
আজিলৈকে সম্পূর্ণ নহ’ল ২০১৮তে উদ্বোধন হোৱা এখন দলঙৰ কাম।
লগতে পঢ়ক :WATCH | Jal Jeevan Mission Scheme: সোণাৰিত ভেঁকোভাওনাত পৰিণত জল জীৱন মিছনৰ আঁচনি