Local, Vocal, Global

হ্ৰাস পাব নে পিঁয়াজৰ দাম!

  • কেন্দ্ৰৰ এক বিশেষ পদক্ষেপ
  • হ্ৰাস পাব পিঁয়াজৰ দাম
  • বাফাৰ ষ্টকৰ পৰা পিয়াজ ক্ৰয়ৰ সুবিধা কেন্দ্ৰৰ
  • বাফাৰ ষ্টকৰ পৰা কেইবাখনো ৰাজ্যই ক্ৰয় কৰিছে পিঁয়াজ
  • বিহাৰ,তেলেংগানা,হাৰিয়ান,অন্ধ্ৰপ্ৰদেশ,চণ্ডীগড়,তামিলনাডু আৰু অসমে ক্ৰয় কৰিছে পিঁয়াজ
  • বাফাৰ ষ্টকৰ পৰা মুঠ ৮ হাজাৰ টন পিঁয়াজ ক্ৰয় কৰিছে
  • ইয়াৰ ফলত পিয়াজৰ খুচুৰা দাম হ্ৰাস হ’ব