Local, Vocal, Global

ৰাজ্যত হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ গণসংক্ৰমণ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৪২৭ গৰাকী
  • শুক্ৰবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,১৮৪ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৪ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৩৭ হাজাৰ ০৯ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২২,৯৬৩ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১ লাখ ৭৯ হাজাৰ ৮৪৩ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯০০ গৰাকী লোকৰ
  • শুক্ৰবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ১৭ হাজাৰ ৪৯৬ গৰাকীৰ স্বোৱাব পৰীক্ষা