দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত নিহত এজন

দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।দলগাঁৱত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। দৰঙৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
দলগাঁৱৰ বটাবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত As-12 AC-5222 নম্বৰৰ ট্ৰাকৰ সৈতে AS-01JC – 9592 নম্বৰৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত।সংঘৰ্ষত থিতাতে মৃত্যু As-12 AC-5222 নম্বৰৰ ট্ৰাকখনৰ চালক৷ সংঘৰ্ষত চূৰ্ণ বিচূৰ্ণ হোৱা ট্ৰাকখনৰ চালকজন বিহাৰৰ ৰবিন্দ্ৰ ৰায়(৫৫) বুলি জানিব পৰা গৈছে৷