ধুবুৰীৰ গোলকগঞ্জত বিলাসী বাহনৰ পৰা জব্দ গৰু…

ধুবুৰী জিলাৰ গোলকগঞ্জত বিলাসী বাহনত জব্দ গৰু।বাতৰি অনুসৰি, আৰক্ষীয়ে বুধবাৰে পুৱতি নিশা বিৰাট নগৰ চাৰিআলিৰ চেভ্র’লেট বাহনসহ ৫ টা গৰু জব্দ কৰে।খবৰ অনুসৰি, দুৰ্ঘটনাত পতিত অৱস্থাত ৰাইজে জব্দ কৰে বাহনখন।গাড়ীখনৰ চালকক আটক কৰে ৰাইজে ।চালকক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৰাইজে।জানিব পৰা মতে গাড়ীখনৰ নম্বৰ এএছ 01 এএ 3644।অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।