Local, Vocal, Global

নামনি সোৱণশিৰিত আতংক, খহি পৰিল গাৰ্ডৱাল

  • গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত অব্যাহত ভূমিস্খলন।
  • ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ খহি পৰিল এখন গাৰ্ডৱাল ৷
  • গাৰ্ডৱালৰ ওপৰেদি বৈছে জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী।
  • খহিছে প্ৰকল্পটোৰ গাৰ্ড ৱাল।
  • ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ নামনি সোৱণশিৰীৰ প্ৰকল্পৰ গাৰ্ড ৱাল খহাৰ ফলত আতংকিত ধেমাজি, লখিমপুৰৰ জনসাধাৰণ।