Local, Vocal, Global

নগাঁৱত কৰ’না আতংক

21

নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি হৈ থকা ৰোগীৰ দেহত ধৰা পৰিছে কোভিড ১৯ পজিটিভ । ডঃ প্ৰণৱ শইকীয়াই চিকিৎসা প্ৰদান কৰা নগাঁৱৰ চকলাঘাটৰ কংকন মুদৈৰ দেহত ধৰা পৰিছে কোভিড ১৯ । নগাঁৱৰ জি ডি হাস্পতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ আই চি ইউত ভৰ্তি হৈ আছিল যুৱকজন। এই পৰ্যন্ত কোনো ভ্ৰমণ ইতিহাস পোৱা নাই কোভিড১৯ ত আক্ৰান্ত যুৱকজনৰ।

Comments are closed, but trackbacks and pingbacks are open.