Local, Vocal, Global

NHPCৰ বিৰুদ্ধে লখিমপুৰত উত্তাল প্ৰতিবাদ

লখিমপুৰত NHPCৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ৷

NHPCৰ প্ৰতিকৃতিৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷

সংঠনটোৰ দাবী NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম হোৱাৰ পূৰ্বে নিশ্চিত কৰক নৈপৰীয়া ৰাইজৰ সুৰক্ষা৷