Local, Vocal, Global

অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব NEET আৰু JEE 2021 প্ৰৱেশ পৰীক্ষা ।

অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিব NEET আৰু JEE 2021 প্ৰৱেশ পৰীক্ষা ।

ৰবিবাৰে কেন্দ্ৰ চৰকাৰৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী,শিক্ষা সচিব লগতে বহুত বিভাগৰ লগত আলোচনাত এক বৈঠক হয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পিছতে প্ৰৱেশ পৰীক্ষাৰ অৰ্থাৎ NEET আৰু JEE ৰ তাৰিক ঘোষণা কৰা হব বুলি আলোচনা হয় ।