Local, Vocal, Global

নিজৰ ঘৰৰ ওপৰত কলা পতাকা টানি কৃষকক সমৰ্থন কৰিলে

এইবাৰ নৱজিত সিং সিদ্ধুয়ে কৃষকক সমৰ্থন কৰা দেখা গল । নিজৰ ঘৰৰ ওপৰত কলা পতাকা টানি কৃষকক সমৰ্থন কৰিলে ।পাঞ্জাৱৰ কৃষকে বহল ভাৱে দিল্লীৰ সীমাৰ কাৰণে কিবা কৰি আছে ,’ এই দাবী ভাৰতীয় কিষান ইউনিউনৰ’ ।কেন্দ্ৰৰ তিনিটা কৃষি বিৰোধী আইনৰ বিৰুদ্ধে যি আন্দোলন চলি আছে অহা ২৬মে’ত ছয়মাহ হব। সেইকাৰনে এই দিনটোক ‘কলা দিৱস’ হিচাপে পালন কৰা হব বুলি কৃষি সংঘটনে আহ্বান জনাইছে । পাঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা নৱজিত সিং সিদ্ধুয়ে কৃষকক সমৰ্থন কৰি নিজৰ ঘৰত কলা পতাকা উৰোৱা দেখা গল । সোমবাৰে সিদ্ধুয়ে টুইটত নিজৰ কলমত লিখে’ ‘কৃষকক সমৰ্থন কৰি সকলোৱে নিজৰ ঘৰত কলা পতাকা উৰীয়াবো আহ্বান কৰিছে ।