WATCH | National News : আৰক্ষীৰ জালত ৪০০ৰো অধিক অবৈধ পাকিস্তানী অনুপ্ৰৱেশকাৰী
নিউজ ডেস্ক,২৬এপ্ৰিল : আৰক্ষীৰ জালত ৪০০ৰো অধিক অবৈধ পাকিস্তানী অনুপ্ৰৱেশকাৰী
অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল অবৈধ পাকিস্তানী অনুপ্ৰৱেশকাৰীয়ে
সীমান্ত পাৰ কৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ আৰক্ষীৰ(National News)
পুৱতি নিশা ক্রাইম ব্রাঞ্চে আটক কৰে ৪০০ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীক
সীমান্ত অশান্ত হৈ থকাৰ সময়তেই আহমেদাবাদত উত্তেজনা
প্রায় ৬টা মাহ ধৰি অবৈধভাৱে বাস কৰি থকাৰ সন্দেহ
অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত আছে বাংলাদেশী নাগৰিকো
আৰক্ষীৰ অভিযানৰ সময়ত উপযুক্ত প্রমাণ পত্র নাছিল এইসকল অনুপ্ৰৱেশকাৰীৰ হাতত
ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আহমেদাবাদ ক্রাইম ব্রাঞ্চে
লগতে পঢ়ক : WATCH | Indus waters Treaty Suspended : সিন্ধুৰ পানী বন্ধৰ ফলত মৰুভূমি হৈছে পাকিস্তান