Local, Vocal, Global

WATCH | Himanta Biswa Sarma: পাকিস্তানৰ সমৰ্থনকাৰী যাব লাগিব জেইল

নিউজ ডেস্ক,২৬এপ্ৰিল : সামাজিক মাধ্য়মত পোষ্ট কৰোতে সাৱধান হওক !

পুনৰ কঠোৰ সকিয়নী মুখ্যমন্ত্ৰীৰ

কোনো লোক সাৰি নাযাব মুখ্যমন্ত্ৰীৰ নজৰৰ পৰা

পাকিস্তানৰ সমৰ্থনকাৰীক সকিয়নী মুখ্যমন্ত্ৰীৰ(Himanta Biswa Sarma)

‘যিলোকে পাকিস্তানক সমৰ্থন কৰিব,লাগিলে প্ৰতক্ষ্য় বা প্ৰৰোক্ষভাৱে সেইজনেই গ্ৰেপ্তাৰ হ’ব’

‘পাকিস্তানক সমর্থন কৰা কেইবাগৰাকী লোকক বিচাৰি আছে অসম আৰক্ষীয়ে’

‘ইতিমধ্যে ৭ জনক কৰা হৈছে গ্ৰেপ্তাৰ।যিয়ে পাকিস্তানক সমর্থন কৰিব সিয়ে হ’ব গ্ৰেপ্তাৰ’।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি

লগতে পঢ়ক : WATCH | National News : আৰক্ষীৰ জালত ৪০০ৰো অধিক অবৈধ পাকিস্তানী অনুপ্ৰৱেশকাৰী