স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰা নাছিমা বাইদেউ গ্ৰেপ্তাৰ…

প্ৰশ্নকাকত ভাইৰেল কৰা নাছিমা বাইদেউ গ্ৰেপ্তাৰ।নাছিমা বেগমৰ ম’বাইলৰ পৰাই ভাইৰেল হৈছিল স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত।নাছিমা বেগমৰ ম’বাইলৰ পৰাই ভাইৰেল হৈছিল পৰীক্ষাৰ প্ৰশ্নকাকত।
মৈৰাবাৰীৰ নাছিমাৰ পৰীক্ষাৰ চেণ্টাৰ আছিল লখিমপুৰত ।নাছিমা বেগমৰ ম’বাইলৰ পৰাই তোলা হৈছিল পৰীক্ষাৰ প্ৰশ্নকাকত ফটো।কোনোবাই কাকতখনৰ ফটো অনলাইনত পোষ্ট কৰিছিল যাৰ ফলত ই ভাইৰেল হৈ পৰিছিল।
বাতৰি অনুসৰি, প্ৰশ্নকাকতৰ এটা অংশ পৰীক্ষা গৃহত পোৱা গৈছিল আৰু পৃষ্ঠাটোত “বেগম” শব্দটো স্পষ্টভাৱে দেখা গৈছিল।মৈৰাবাৰীৰ নাছিমাৰ পৰীক্ষাৰ চেণ্টাৰ আছিল লখিমপুৰত।দেওবাৰে অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। যাক লৈ পৰীক্ষাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।এই ঘটনাৰ পিছতে আৰক্ষীৰ জালত পৰিল প্ৰশ্নকাকত ভাইৰেল কৰা মহিলা গৰাকী।
অভিযোগ অনুসৰি, নাছিমা বেগম নামৰ এই মহিলাগৰাকীয়ে ভাইৰেল কৰিছিল স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত। পৰীক্ষা কেন্দ্ৰত ম’বাইল লৈ প্ৰৱেশ কৰিছিল নাছিমা বেগমে ।এই ঘটনাই ৰাজ্যজুৰি পৰীক্ষাৰ্থীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।প্ৰাৰ্থীসকলে ইয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে ছচিয়েল মিডিয়াত।
প্ৰশ্নকাকত ভাইৰেল কৰা নাছিমা বাইদেউক গ্ৰেপ্তাৰ, কেনেকৈ পৰীক্ষা হলত ম’বাইল লৈ সোমাইছিল বাইদেৱে?