Local, Vocal, Global

নগাঁৱৰ দুই নং মোলাপট্টিত নৃশংস ঘটনা

  • নগাঁৱৰ দুই নং মোলাপট্টিত নৃশংস ঘটনা
  • পেট্ৰল ঢালি জ্বলাই দিলে পত্নী-পুত্ৰক
  • মৃত্যু হৈছে মিনাৰা বেগম আৰু তেওঁৰ এটি কণমানি সন্তান
  • সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন মৃত মিনাৰাৰ আন এটি সন্তান চিৰাজুল ইছলামে
  • এই নৃশংস কাণ্ড সংঘটিত কৰিছে মিনাৰা বেগমৰ স্বামী ৰফিকুল ইছলামে
  • সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পথত মৃত্যু হয় মিনাৰ বেগমৰ
  • বৰ্তমান পলাতক হত্যাকাৰী ৰফিকুল ইছলাম
  • কি কাৰণত এই নৃশংস ঘটনা সংঘটিত হ’ল সেই কথা এতিয়াও নিশ্চিত ৰূপত জানিব পৰা হোৱা নাই