Local, Vocal, Global

নগাঁৱৰ বৰক’লা হাৰিয়া নৈত মৃতদেহ উদ্ধাৰ  

  • নগাঁও জিলাৰ বৰক’লা হাৰিয়া নৈত মৃতদেহ উদ্ধাৰ
  • উদ্ধাৰ কৰা মৃতদেহটো ৰূপজ্যোতি বৰাৰ
  • ৰূপজ্যোতি বৰাৰ ঘৰ কামপুৰ মগৰিয়াআটি গাঁৱত
  • বুধবাৰে পুৱা যুৱকজনে বৰকলা হাৰিয়া দলঙৰ পৰা জাঁপ দিছিল নিশাৰী নৈত
  • ঘটনাৰ সময়ত হাৰিয়াৰ দলঙত উপস্থিত আছিল তেওঁৰ পৰিবাৰো
  • দুদিন ধৰি যুৱকজনৰ সন্ধান বিচাৰি SDRF বাহিনীয়ে অভিযান  চলাইছিল
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নগাঁৱলৈ প্ৰেৰণ আৰক্ষীৰ