নগাঁৱৰ বৰক’লা হাৰিয়া নৈত মৃতদেহ উদ্ধাৰ

- নগাঁও জিলাৰ বৰক’লা হাৰিয়া নৈত মৃতদেহ উদ্ধাৰ
- উদ্ধাৰ কৰা মৃতদেহটো ৰূপজ্যোতি বৰাৰ
- ৰূপজ্যোতি বৰাৰ ঘৰ কামপুৰ মগৰিয়াআটি গাঁৱত
- বুধবাৰে পুৱা যুৱকজনে বৰকলা হাৰিয়া দলঙৰ পৰা জাঁপ দিছিল নিশাৰী নৈত
- ঘটনাৰ সময়ত হাৰিয়াৰ দলঙত উপস্থিত আছিল তেওঁৰ পৰিবাৰো
- দুদিন ধৰি যুৱকজনৰ সন্ধান বিচাৰি SDRF বাহিনীয়ে অভিযান চলাইছিল
- মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নগাঁৱলৈ প্ৰেৰণ আৰক্ষীৰ