Local, Vocal, Global

অবৈধ কুঁৱেৰীৰ বিৰুদ্ধে উত্তৰ আমেৰিত ৰাইজৰ প্ৰতিবাদ

নগাঁও আৰু পশ্চিম কাৰ্বিআংলং সীমান্তৱৰ্তী উত্তৰ আমেৰিত ৰাইজৰ প্ৰতিবাদ। অবৈধ কুঁৱেৰী বিৰুদ্ধে তীব্ৰ ৰাইজৰ প্ৰতিবাদ। প্ৰতিদিনে শতাধিক ডাম্পাৰে শিল আৰু বালি কঢ়িয়াই নিয়াৰ ফলত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৰাজাগাও ভকচুং পথটো। পশ্চিম কাৰ্বিআংলঙৰ কমাৰফা পাহাৰ, হাটীপাহাৰ, টেংৰালাংচু পাহাৰৰ পৰা প্ৰতিদিনে শতাধিক ডাম্পাৰ চলাচল কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বনবিভাগক বহুবাৰ অৱগত কৰাৰ পিছতো কানষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছি স্থানীয় ৰাইজে। অৱশেষত উপায়বিহীন হৈ অবৈধ কুঁৱেৰী বন্ধ কৰক পথ মেৰামতি কৰক আদি শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজাগাও ভকচুং পথেৰে। যাৰ বাবে পথটো ভাঙি যোৱাৰ ফলত যাতায়ত অনুপযোগী হৈ পৰিছে। ৰাইজে বহুবাৰ বনবিভাগত কোৱাৰ পিছতো । পশ্চিম কাৰ্বিআংলংৰ কমাৰফা পাহাৰ, হাটীপাহাৰ, টেংৰালাংচু পাহাৰৰ পৰা দৈনিক শতাধিক ডাম্পাৰ চলাৰ অভিযোগ ৰাইজৰ।  দিয়ে।