কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ গাড়ী দুৰ্ঘটনা

- কলিয়াবৰৰ ৰাঙলুত ভয়ংকৰ গাড়ী দুৰ্ঘটনা
- নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে ৰাঙলু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা দ-খাৱৈত বাগৰি পৰে
- কলিয়াবৰ আমগুৰিৰ পৰা লংকা অভিমুখে গৈ আছিল ট্ৰাকখন
- ট্ৰাকখনত আছিল ১০ জনকৈ শ্ৰমিক
- চালকসহ ৯জনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি
- ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ ব্যক্তিকেইজনক উদ্ধাৰ কৰি
- আহত আটাইকেইজনৰে অৱস্থা সংকটজনক