Local, Vocal, Global

নেপালত পুনৰ ভয়ংকৰ ভুমিস্খলন

  • নেপালত পুনৰ ভয়ংকৰ ভুমিস্খলন,
  • বৰ্তমানেও মাটিৰ তলত পোত খাই আছে বহু লোক
  • নেপালৰ সিন্ধুপালচ’ক জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা
  • ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হয় এই ভূমিস্খলনৰ
  • ভূমিস্খলনৰ ফলত প্ৰায় ১৮টাকৈ বাসগৃহ ভাঙি থান-বান হয়
  • ইয়াৰ পূৰ্বে আগষ্ট মাহতো নেপালত সংঘটিত হৈছিল ভয়ংকৰ ভূমিস্খলন
  • একেখন জিলাতে সংঘতিত হৈছিল ভুমিস্খলন
  • পূৰ্বেৰ ভূমিস্খলনত মৃত্যু হৈছিল ১৮ গৰাকীকৈ লোকৰ