Local, Vocal, Global

মছজিদৰ ইমামে ধৰ্ষণ কৰিলে বন্ধুৰ পত্নীক

মৰিগাঁওত মছজিদৰ ইমামৰ লজ্জাজনক কাণ্ড । পুনৰ মৰিগাঁওত সংঘটিত হৈছে জঘন্য ঘটনা।

মছজিদৰ ইমামে ধৰ্ষণ কৰিলে বন্ধুৰ পত্নীক । মৰিগাঁও মিলনপূৰ মছজিদৰ ইমাম ইক্ৰাম আহমেদৰ ওপৰত উত্থাপন হৈছে এই গুৰুত্বৰ অভিযোগ।

অভিযোগ অনুসৰি লম্পত ইমাম ইক্ৰাম আহমেদৰ আছে এখন হোমিও ক্লিনিক।আৰু সেই হোমিও ক্লিনিক খনতে বন্ধুৰ পত্নীক চিকিৎসা কৰা চলেৰে চিকিৎসা কৰি ঘৰলৈ মাতি নি সংঘটিত কৰে এই জঘন্য কাণ্ড। লম্পত ইমামে ঘৰৰ ভিতৰতে কৰিছিল মহিলা গৰাকীক উপৰ্যপূৰি ধৰ্ষণ।তাৰ পাছতে মহিলা গৰাকীয়ে মৰিগাঁও আৰক্ষী থানাত ৰুজু কৰিছিল এটি গোচৰ।গোচৰ ৰুজু কৰাৰ পাছতো লম্পত ইমামে টকাৰে মেনেজ কৰি গোচৰ উঠাই লবলৈ হোমকি প্ৰদান কৰিছিল মহিলা গৰাকীক।

 

উল্লেখযোগ্য যে লম্পত ইমাম ইক্ৰাম আহমেদে বাহিঃ ৰাজ্য লৈয়ো যায় ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ।