Local, Vocal, Global

ডেৰ বছৰীয়া কন্যা সন্তানক এৰি বোৱাৰীৰ পলায়ন

0 6

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধুবুৰী গাৱৰ নবিন আলীৰ পত্নী হাজিৰন নেছাই যোৱা ২১ ছেপ্টেম্বৰত নিৰুদ্দেশ হয়। হাজিৰনে কিবা কামৰ কথা কৈ ঘৰৰ পৰা ওলায় যায় যদিও আজিলৈকে স্বামীৰ ঘৰত অহা নাই। স্বামী নবিন আলীয়ে কৰ্মসুত্ৰে মুম্বাইত থকাৰ সুযোগ লৈ 7837903918 আৰু 8822415688 নম্বৰত পৰকীয়া কৰিছিল বুলি পৰিয়ালৰ লোকে সন্দেহ কৰিছে। হাজিৰনৰ ডেৰ বছৰীয়া কন্যা সন্তানক এৰি থৈ যায়। কনমানিটোৱে মাতৃক বিচাৰি সদায় কান্দি থকাত পৰিয়ালৰ লোকে আৱেগিক হৈ পৰিছে

Leave A Reply

Your email address will not be published.