Local, Vocal, Global

মৰাণত গণ সংক্ৰমন !

মৰাণত চাঞ্চল্যকৰ ঘটনা ৷  কোৱাৰেন্টিন চেন্টাৰত কৰ্তব্যৰত চাৰিজনকৈ চৰকাৰী কৰ্মচাৰী আক্ৰান্ত কৰ’নাত । আক্ৰান্ত  তিনিগৰাকীৰ এগৰাকী শিক্ষক আৰু তিনিগৰাকী লাট মণ্ডল  ৷ আটাইকেইজনেই  কৰ্তব্যত নিয়োজিত হৈ আছিল  কোৱাৰেন্টিন চেন্টাৰত  ৷ আক্ৰান্ত লোককেইজন হৈছে মানস প্ৰতীম গগৈ ,শৈলেষ বাসাক ,  উত্তম হাজৰিকা আৰু জ্যোতি প্ৰকাশ গগৈ ৷ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল আক্ৰান্ত  লোককেইজন ৷  এতিয়া এই ঘটনাৰ পিছত  মৰাণত গণ সংক্ৰমনৰ আশংকা কৰা হৈছে।